ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 22, 2024 11:19 AM | AIR GUWAHATI

printer

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ২৬ এপ্ৰিল আৰু ৭ মে’ৰ দুপৰীয়া ১.২০ বজা আৰু সন্ধিয়া ৭.২০ বজাত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনকেইটাত অর্থাৎ অহা ২৬ এপ্ৰিল আৰু ৭ মেৰ দুপৰীয়া ১ বাজি ২০ মিনিট আৰু সন্ধিয়া ৭ বাজি ২০ মিনিটত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটি আমাৰ ইউটিউব চেনেল Air News Guwahati আৰু News on AIR এপতো শুনিবলৈ পোৱা যাব। আনহাতে, নির্বাচনী প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত অহা ২৬ এপ্রিল, ৭, ১৩, ২০ আৰু ২৫ মে’ তথা ১ জুনৰ নিশা ৯ বাজি ২৫ মিনিটৰ আঞ্চলিক বাতৰি নিশা ৯ বাজি ১০ মিনিটত প্ৰচাৰ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।