ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 10, 2025 10:57 PM | air ghy dristipat

printer

আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰৰ ‘দৃষ্টিপাত’ত ‘মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা’ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ’ব। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱাহাটীৰ তাৰিণী চৰণ চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোৎস্না ভাগৱতীয়ে অংশগ্রহণ কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।