অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষা- এ ডি আৰ ইত উত্তীর্ণ ২৯২ গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত আজি নিযুক্তি পত্র বিতৰণ কৰা হ‘ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত প্রার্থীসকলক নিযুক্তিপত্র প্রদান কৰা হ‘ব।
Site Admin | January 12, 2026 12:46 PM | ADRE
এ ডি আৰ ইত উত্তীর্ণ ২৯২ গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত আজি নিযুক্তি পত্র বিতৰণ