ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মিজোৰামত ভূমিস্খলনত ২৩ জন লোকৰ মৃত্যু

মিজোৰামত হোৱা ভূমিস্খলনৰ ফলত ২৩ জন লোকৰ মৃত্যু হৈছে। এটা শিলৰ কুৱেৰিৰ বাহিৰত হোৱা এই ভূমিস্খলনত মৃত্যু হোৱা ৯ জন ব্যক্তিৰ মৃতদেহ এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই। মৃতদেহকেইটাৰ উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে।