December 18, 2025 7:10 PM

views 25

ধেমাজি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত আজিৰে পৰা পৰিৱেশ দিৱসৰ কাৰ্যসূচী গ্ৰহণ

উত্তৰ-পূব ভাৰতৰ পৰিবেশ আৰু বন্যপ্রাণী সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্ছ বেকনে ধেমাজি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানত আজিৰে পৰা পৰিৱেশ দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। নেচাৰ্ছ বেকনৰ সঞ্চালক তথা পৰিৱেশকর্মী সৌম্যদ্বীপ দত্তই আজি ধেমাজিৰ আৱৰ্ত ভৱনত এখন সংবাদমেলত জিলাখনৰ পবা অৰণ্যৰ সংৰক্ষণৰ গুৰুত্ব আৰু এই ক্ষেত্ৰত ছাত...

December 18, 2025 7:09 PM

views 28

ধেমাজিত আজি মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

 শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি বিধান সভা সমষ্টিত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ শিক্ষার্থীসকলক বিনামূলীয়া চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। নৱৰত্ন উচ্চ মাধ্যমিক বিদ্যালয়ত এই উপলক্ষ্যে আয়োজিত এটা অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিয়ে দুৰণিবতীয়া ছাত্র-ছাত...

December 18, 2025 7:08 PM

views 38

ৰাষ্ট্ৰীয় খোৱা তেল মিছন তৈল খেজুৰ আঁচনি ৰূপায়ণ সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে অতুল বৰাৰ বৈঠক

কৃষি মন্ত্রী অতুল বৰাই আজি ৰাষ্ট্ৰীয় খোৱা তেল মিছন তৈল খেজুৰ আঁচনি ৰূপায়ণ সন্দৰ্ভত পতঞ্জলি ফুডছ লিমিটেড, গডৰেজ এগ্রোভেট, থ্রি এফ অইল পাম, কে ই কালটিভেচন লিমিটেড, শিবাশীচ অইল পাম লিমিটেডৰ প্রতিনিধি আৰু সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বৈঠকত ৰাজ্যত আঁচনিখনৰ ৰূপায়ণৰ শেহতীয়...

December 18, 2025 7:29 PM

views 21

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন উপলক্ষে শ্রদ্ধা নিবেদন

অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীবন উদাত্ত কণ্ঠেৰে মাত মাতি জাতীয় চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্রান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্রামী, কবি, নাট্যকাৰ, গায়ক, গদ্য লেখক, সংবাদসেবী ৰায়চৌধুৰীক তেজোদীপ্ত ধ্যান-ধাৰণা আৰু চেতনাৰ সঞ্চাৰকাৰ...

December 18, 2025 6:47 PM

views 51

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ দেহাৱসানত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ যোৱা নিশা উত্তৰ প্ৰদেশৰ নয়ডাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০০ বছৰ। পদ্মভূষণ সন্মানেৰে বিভূষিত ভাস্কৰ্য্য শিল্পীগৰাকী গুজৰাটত স্থাপন কৰা বিশ্বৰ সবাটোকৈ ওখ প্রতিমূর্তি একতাৰ মূৰ্তিৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে জনাজাত। তেওঁ লাচিত বৰফুকনৰ বিশাল প্রতিমূর্ত...

December 18, 2025 6:45 PM

views 28

ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুৰ্থজন লোকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী মহানগৰীৰ খাৰঘুলিৰ জয়পুৰত ব্ৰহ্মপুত্ৰত যোৱা ১০ ডিচেম্বৰত সন্ধানহীন হোৱা ৫ জন লোকৰ ভিতৰত চতুৰ্থজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো উজান বজাৰৰ অভিজিত চৌধুৰীৰ বুলি চিনাক্ত কৰা হৈছে। এজন লোকৰ এতিয়ালৈকে সন্ধান লাভ কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে জয়পুৰত থকা ভক্তি কুটিৰ নামৰ এটা আধ্যাত্মিক প...

December 18, 2025 6:43 PM

views 30

ধুবুৰীত আজি ভাৰতীয় নৃকূল গ্রন্থাগাৰ সংস্থাৰ অষ্টম প্রতিষ্ঠা দিৱস পালন

২০১৮ চনৰ ১৮ ডিচেম্বৰত মধুপুৰ সত্ৰত প্ৰতিষ্ঠা লাভ কৰা ভাৰতীয় নৃকূল গ্রন্থাগাৰ সংস্থাৰ অষ্টম প্রতিষ্ঠা দিৱস আজি ধুবুৰী জিলাৰ বিলাসীপাৰা সমজিলাৰ বাৰ্ষি গাঁৱৰ নামঘৰত পালন কৰা হয়। সাঁচীপাত, তুলাপাত, তালপাত আদি লিখিত পুথি নাইবা তথ্য আদি সুসংৰক্ষণৰ লক্ষ্যৰে নূকূল গ্রন্থাগাৰ সংস্থাই নামঘৰ, সত্ৰ, শিক্ষানুষ্ঠ...

December 18, 2025 6:42 PM

views 25

মৰিগাঁওত কাইলৈৰ পৰা সাতদিনীয়াকৈ ই ভি এম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ

মৰিগাঁও জিলাত কাইলৈৰ পৰা সাতদিনীয়াকৈ ই ভি এম আৰু ভিভিপেটৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হ'ব। মৰিগাঁও জিলা কার্যালয় চৌহদৰ পণ্যাগাৰত মৰিগাঁও জিলা নির্বাচনী বিষয়াৰ অধীনত এই প্রথম পৰ্যায়ৰ পৰীক্ষণ অনুষ্ঠিত হ'ব। ইলেকট্রনিকছ কৰ্প'ৰেচন অৱ ইণ্ডিয়া লিমিটেডৰ ১২ জন অভিযন্তাই এই সমগ্ৰ পৰীক্ষণ প্রক্রিয়া তদাৰক কৰ...

December 18, 2025 6:40 PM

views 20

আমিনগাঁৱত আজি যক্ষ্মা মুক্ত পঞ্চায়ত শীর্ষক প্রশিক্ষণ শিবিৰ অনুষ্ঠিত

কামৰূপ জিলাৰ আমিনগাঁৱত আজি যক্ষ্মা মুক্ত পঞ্চায়ত শীর্ষক প্রশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। কামক জিলা যক্ষ্মা নিৰাময় বিভাগৰ উদ্যোগত আয়োজন কৰা এই প্রশিক্ষণ শিবিৰত বিশ্ব স্বাস্থ্য সংস্থাৰ কেইবাগৰাকী প্রশিক্ষকে অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই সভাপতিত্ব কৰা এই শিবিৰত জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষ...

December 18, 2025 7:38 PM

views 22

সৰুসজাই ক্রীড়া প্রকল্পত আয়োকন ৱাকাথন শীর্ষক স্বাস্থ্য সজাগতা পদযাত্রা অনুষ্ঠিত

গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত আজি আয়োকন ৱাকাথন শীর্ষক স্বাস্থ্য সজাগতা পদযাত্রা অনুষ্ঠিত হয়। গুৱাহাটীৰ কেইবাগৰাকী চিকিৎসকে অংশ লোৱা এই পদযাত্ৰাত বলীউদৰ অভিনেতা তথা শাৰীৰিক সুস্থতাৰ হকে সজাগতাৰ সৃষ্টি কৰি অহা মিলিন্দ সুমনে নেতৃত্ব দিয়ে। কার্য্যসূচীত দিয়া ভাষণত অভিনেতাগৰাকীয়ে ফিটনেছ বা শাৰীৰিক সুস...