ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 11, 2024 8:00 PM | Sri Lanka

printer

শ্ৰীলংকাৰ নৌসেনা বাহিনীৰ ১৩ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ

শ্ৰীলংকাৰ নৌসেনা বাহিনীৰ ১৩ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ
শ্ৰীলংকাৰ নৌসেনা বাহিনীয়ে ১৩ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰু আজি তেওঁলোকক কাংকেচণ্টুৰই বন্দৰলৈ নিয়া হৈছে। গ্ৰেপ্তাৰ কৰাৰ সময়ত পুড়ুকোট্টইৰ এই মাছমৰীয়াকেইজনে কচ্চাটিৰ ওচৰত মাছ ধৰি আছিল। উল্লেখযোগ্য যে পহিলা জুলাইত শ্ৰীলংকাৰ নৌসেনা বাহিনীয়ে ২৫ জন মাছমৰীয়াক গ্ৰেপ্তাৰ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।