ইংৰাজী ২০২৬ বৰ্ষৰ আজি পহিলা দিন। নতুন আশা আৰু সম্ভাৱনা লৈ সময়ৰ গণনাত পুনৰ এটা নতুন বছৰ আৰম্ভ হ’ল। পুৰণি বছৰটোৱে কঢ়িয়াই অনা সুখ-দুখ, প্ৰত্যাহ্বান অতিক্ৰমী জনসাধাৰণে নতুন বছৰত নিজক প্ৰতিপন্ন কৰাৰ বাবে চেষ্টা চলাব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো যোৱা মাজনিশা ঘড়ীত ১২ বজাৰ লগে লগে জনসাধাৰণে হর্ষোল্লাসেৰে নতুন বছৰটোক আদৰণি জনায়। বিভিন্ন ঠাইত শংখধ্বনি আৰু গীৰ্জাৰ ঘণ্টাৰে ইংৰাজী নতুন বছৰক আদৰণি জনোৱা হয়। নিশা বহু পৰলৈকে আতচবাজী আৰু জয়ধ্বনিৰে জনসাধাৰণে ইংৰাজী নতুন বছৰৰ আৰম্ভণিক উদযাপন কৰে।
Site Admin | January 1, 2026 1:05 PM | 1 january
নতুন আশা আৰু সম্ভাৱনা লৈ ইংৰাজী ২০২৬ বৰ্ষৰ আজি পহিলা দিন