February 3, 2025 8:32 PM | EAM Dr S Jaishankar

printer

ৰাহুল গান্ধীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ বিষয়ে ইচ্ছাকৃতভাৱে মিথ্যাৰ আশ্ৰয় লোৱা বুলি বৈদেশিক মন্ত্ৰীৰ অভিযোগ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে বিগত বৰ্ষৰ ডিচেম্বৰত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ বিষয়ে ইচ্ছাকৃতভাৱে মিথ্যাৰ আশ্ৰয় লোৱা বুলি অভিযোগ তোলে। সামাজিক বিষয়টো আলোচনা হোৱা নাছিল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনে ধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ নকৰাটো সৰ্বজন বিদিত বুলি তেওঁ উল্লেখ কৰে । ৰাহুল গান্ধীয়ে ৰাজনৈতিক কাৰণত মিথ্যাৰ আশ্ৰয় ললেও আন্তর্জাতিক পর্যায়ত ইয়াৰ জৰিয়তে দেশৰ সন্মানত আঘাত লগা বুলি তেওঁ মত প্ৰকাশ কৰে।