ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

May 27, 2024 6:38 PM | WHO

printer

ৰাষ্ট্ৰসংঘৰ ভাৰতীয় স্থায়ী মিছন আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ প্লেচ ডেচ নেচনছত ৱাক দ্য টক শীৰ্ষক যোগ অধিবেশন

সমাগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে জেনেভাত থকা ৰাষ্ট্ৰসংঘৰ ভাৰতীয় স্থায়ী মিছন আৰু বিশ্ব স্বাস্থ্য সংস্থাই কালি প্লেচ ডেচ নেচনছত ৱাক দ্য টক শীৰ্ষক যোগ অধিবেশন অনুষ্ঠিত কৰে। কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্ৰাসহ বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান টেড্ৰচ আদহান’ম ঘেব্ৰেয়েচাচ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলে এই অধিবেশনত অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।