ৰাষ্ট্ৰজোৰা প্ৰাক্-খাৰিফ বিকশিত কৃষি সংকল্প অভিযানৰ আজি সামৰণি পৰে। এই অভিযানৰ জৰিয়তে কৃষি বিজ্ঞানীসকলক খেতিয়কসকলৰ ওচৰ চপাই নিয়াৰ ব্যৱস্থা চেষ্টা কৰা হৈছে। এই অভিযানে খেতিয়কসকলক বিজ্ঞানীসকলৰ সৈতে মত-বিনিময় কৰাৰ আৰু কৃষিৰ বিষয়ে প্ৰত্যক্ষভাৱে তথ্য লাভৰ সুযোগ প্ৰদান কৰিছে।
Site Admin | June 12, 2025 9:01 PM | Kharif Crops
ৰাষ্ট্ৰজোৰা প্ৰাক্-খাৰিফ বিকশিত কৃষি সংকল্প অভিযানৰ সামৰণি
