ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 26, 2024 11:55 AM | UGC

printer

ৰাজ্যৰ দুখন মহাবিদ্যালয়ক স্বতন্ত্র মহাবিদ্যালয় হিচাপে ঘোষণা

বিশ্ববিদ্যালয় অনুদান আয়োগে এটা নিৰ্দেশনাযোগে ৰাজ্যৰ দুখন মহাবিদ্যালয়ক স্বতন্ত্র মহাবিদ্যালয় হিচাপে ঘোষণা কৰিছে। এই অনুসৰি শিৱসাগৰ জিলাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান বীৰ লাচিত বৰফুকন মহাবিদ্যালয় আৰু গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয় ৰাজ্যৰ স্বতন্ত্ৰ মহাবিদ্যালয় সমূহৰ তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। আয়োগে এই সন্দৰ্ভত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।