ৰহা বিধানসভা সমষ্টিৰ মহিলাসক উদ্যমিতা আঁচনিৰ অধীনত ধন বিতৰণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

May be an image of dais and textনগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ মহিলাসকলৰ সৰ্বাঙ্গীন কল্যাণৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্যমিতা আঁচনিৰ অধীনত ধন বিতৰণ কৰে। এই উপলক্ষে ৰহা ক্রীড়া সন্থা খেলপথাৰত আয়োজিত জনসভাত দিয়া বাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে উন্নয়নমূলক আঁচনিসমূহৰ ওপৰত আলোকপাত কৰে।

May be an image of one or more people and crowdMay be an image of one or more people and crowdMay be an image of one or more people, crowd, dais and textMay be an image of one or more people, temple, crowd and text

এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰীয়ে ৰহাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চাপৰমুখ ৰে’লৱে জংছন আৰু পশ্চিম কাৰ্বি আংলং সংযোগী চাপৰমুখ ৰে’লৱে উৰণ সেতু উদ্বোধন কৰে।

May be an image of one or more people, temple and crowd

৮৪ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উৰণ সেতুখনৰ দৈৰ্ঘ্যৰ ১,১৭৯ মিটাৰ। উৰণ সেতুৰ উদ্বোধন অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, পীযূষ হাজৰিকাৰ উপৰি কেইবাগৰাকীও বিধায়ক আৰু লামডিঙৰ মাণ্ডলিক ৰে’ল প্ৰবন্ধক সমীৰ লোহানী উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।