৫৯ সংখ্যক এ টি পি এ শ্বিল্ড ফুটবল প্রতিযোগিতাৰ প্ৰথমখন খেলত আজি নাগালেণ্ড পুলিচ ফুটবল দলে জয়লাভ কৰিছে। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত নাগালেণ্ড দলটোৱে যোৰহাট ভিক্টৰিয়াছ ক্লাৱক ৫-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।
Site Admin | June 15, 2025 8:26 PM | Football
৫৯ সংখ্যক এ টি পি এ ফুটবল প্রতিযোগিতাৰ প্ৰথমখন খেলত নাগালেণ্ড পুলিচ দলৰ জয়লাভ
