ডাউনলোড
মোবাইল এপ

android apple
signal

৩০ জুনৰ ভিতৰত খাদ্য আৰু অসামৰিক বিভাগে হিতাধিকাৰীক E-KYC পৰীক্ষণ সম্পূৰ্ণ কৰিবলৈ আহ্বান

খাদ্য আৰু অসামৰিক বিভাগে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সকলো হিতাধিকাৰীৰ অহা ৩০ জুনৰ ভিতৰত E-KYC পৰীক্ষণ সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ নির্দেশ মর্মে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলাখনৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সকলো হিতাধিকাৰীৰ E-KYC পৰীক্ষণৰ বাবে বিশেষকৈ চাহ বাগিচা অঞ্চলৰ সুলভ মূল্যৰ দোকানসমূহত বিশেষ কার্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে কালি জিলাখনৰ কেইবাখনো চাহ বাগিছা অঞ্চলৰ সুলভ মূল্যৰ দোকানত E-KYC পৰীক্ষণৰ বিশেষ শিবিৰৰ আয়োজন কৰা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।