September 6, 2025 1:50 PM | Indian Foreign Stock

printer

২৯ আগষ্টত ভাৰতীয় বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৬৯৪.২ বিলিয়ন ডলাৰলৈ বৃদ্ধি

সপ্তাহান্তত অর্থাৎ যোৱা ২৯ আগষ্টত ভাৰতীয় বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৩.৫১ বিলিয়ন ডলাৰৰ পৰা ৬৯৪.২ বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে। ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা সাপ্তাহিক পৰিসংখ্যা মতে যোৱা সপ্তাহলৈ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ১.৬৯ বিলিয়ন ডলাৰকৈ বদ্ধি হৈ ৫৮৩.৯ বিলিয়ন ডলাৰ হৈছেগৈ। একেদৰে স্বৰ্ণ ভাণ্ডাৰো ৮৬.৭৬ বিলিয়ন ডলাৰ হৈছে। আন্তঃৰাষ্ট্ৰীয় মদ্ৰা নিধিত কেন্দ্ৰীয় বেংকৰ স্থান ১ কোটি ৮০ লাখ ডলাৰ বৃদ্ধি হৈ ৪.৭৪ বিলিয়ন ডলাৰতকৈও অধিক হৈছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।