ডাউনলোড
মোবাইল এপ

android apple
signal

২৬ মে’ত ডী ডী কিষাণে নতুন ৰূপ আৰু শৈলীত খেতিয়কৰ মাজত আত্মপ্ৰকাশ কৰিব

ডী ডী কিষাণ কৃত্রিম বুদ্ধিমত্তাৰে চালিত পৰিৱেশকৰ জৰিয়তে অনুষ্ঠান পৰিৱেশন কৰা দেশৰ প্ৰথমটো চৰকাৰী টি ভি চেনেল ৰূপে পৰিগণিত হ’বলৈ ওলাইছে। কৃষি মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি অহা ২৬ মে’ত ডী ডী কিষাণে এটা নতুন ৰূপ আৰু নতুন শৈলীত খেতিয়কসকলৰ মাজত আত্মপ্ৰকাশ কৰিব। এ আই কৃষ আৰু এ আই ভূমি নামৰ এই অনুষ্ঠান পৰিৱেশক দুগৰাকীয়ে ৫০ টা ভাষাত অহৰ্নিশে অক্লান্তভাৱে বাতৰি পৰিৱেশন কৰিব পাৰে বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।