September 3, 2025 12:35 PM | PM Modi

printer

২০৭০ চনৰ ভিতৰত ভাৰতক কাৰ্বন শূন্য দেশৰূপে গঢ়ি তোলাৰ লক্ষ্য প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৭০ চনৰ ভিতৰত ভাৰতক কাৰ্বন শূন্য দেশ ৰূপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে। কুৰি সংখ্যক আন্তঃৰাষ্ট্ৰীয় বহন ক্ষমতা সন্মিলনত অংশ লৈ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা প্ৰকাশ কৰে। শ্ৰীগাডকাৰীয়ে কয়, যে পৰৱৰ্তী প্ৰজন্মৰ বাবে জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা শংকাৰ অন্যতম কাৰণ ৰূপে পৰিগণিত হৈছে। এইখন দেশ নাইবা সমাজৰ বাবে নীতি-অর্থনীতি আৰু পৰিৱেশ অত্যন্ত জৰুৰী বুলি শ্ৰীগাডকাৰীয়ে মন্তব্য কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।