ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২০৩৬ চনৰ পূৰ্বে ৰাছিয়াই শুক্রগ্রহ পুনৰ ভ্ৰমণৰ বাবে ভেনেৰা ডি অভিযান আৰম্ভ কৰিব

■ ২০৩৬ চনৰ পূৰ্বে ৰাছিয়াই শুক্রগ্রহ পুনৰ ভ্ৰমণৰ বাবে ভেনেৰা ডি অভিযান আৰম্ভ কৰিব। দেশখনৰ মহাকাশ গৱেষণা সংস্থাই জনাইছে যে, দেশখনৰ এই নতুন মহাকাশ কাৰ্য্যসূচীৰ প্ৰাৰম্ভিক কাম-কাজ ২০২৬ বৰ্ষৰ জানুৱাৰী মাহত আৰম্ভ হ’ব। এই অভিযানত এখন লেণ্ডাৰ, এটা বেলুন প্রোব আৰু কক্ষপথত পৰিভ্ৰমণ কৰিব পৰা এখন মহাকাশযান অন্তৰ্ভুক্ত কৰা হ’ব। এই অভিযান ২০৩৪ৰ পৰা ২০৩৬ চনৰ ভিতৰত আৰম্ভ কৰা হ’ব বুলি আশা কৰা হৈছে। লেভস্কিন সংস্থাৰ সৈতে যুটীয়াভাৱে নিৰ্মাণ হ’বলগীয়া অভিযানৰ আৰ্হি সম্পূৰ্ণ হ’বলৈ দুবছৰ সময় লাগিব বুলি জানিব পৰা গৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।