২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন আহ্বান

কেন্দ্ৰীয় চৰকাৰে অহা বছৰ গণৰাজ্য দিৱস উপলক্ষে ঘোষণা কৰিবলগীয়া ২০২৬ বৰ্ষৰ পদ্ম সন্মানসমূহৰ বাবে মনোনয়ন বিচাৰিছে। যোৱা ১৫ মাৰ্চত মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ৩১ জুলাই পর্যন্ত এই প্রক্রিয়া খোলা থাকিব। এই সন্মানৰ বাবে অকল ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৰ্টেলৰ জৰিয়তেহে মনোনয়ন আৰু পৰামৰ্শ আগবঢ়াব পৰা যাব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।