ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

২০২৫-২৬ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈকে দেশৰ মুঠ ঘৰুৱা উৎপাদন, জি ডি পিৰ হাৰ ৭.৮ শতাংশলৈ বৃদ্ধি

২০২৫-২৬ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুনলৈকে দেশৰ মুঠ ঘৰুৱা উৎপাদন, জি ডি পিৰ হাৰ ৭.৮ শতাংশলৈ বৃদ্ধি পাইছে। এই হাৰ বিগত তিনিমহীয়া চক্ৰতকৈ দশমিক ৪ শতাংশ বৃদ্ধি পাইছে।