ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 5, 2024 8:18 PM | NEET Exam

printer

১১ আগষ্টত অনুষ্ঠিত হ’ব চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা

চলিত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা অহা ১১ আগষ্টত দুটা সময়সূচীত অনুষ্ঠিত হ’ব। ৰাষ্ট্ৰীয় চিকিৎ‍সা বিজ্ঞান পৰীক্ষা পৰিষদে আজি পৰীক্ষাৰ সংশোধিত সময়সূচী জাৰি কৰিছে। উল্লেখযোগ্য যে, প্ৰৱেশিকা পৰীক্ষা যোৱা মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষাত আসোঁৱাহৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত পৰীক্ষাৰ এদিন আগেয়ে পৰীক্ষা স্থগিত কৰা হৈছিল ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।