ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 15, 2024 11:55 AM | Har Ghar Tiranga

printer

হৰ ঘৰ ত্ৰিৰংগা অভিযান সমগ্ৰ দেশত জনপ্ৰিয় হোৱাক লৈ  প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আনন্দ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ ত্ৰিৰংগা অভিযান সমগ্ৰ দেশত জনপ্ৰিয় হোৱাক লৈ আনন্দ প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্ট যোগে কৈছে যে, এই জনপ্রিয়তাই ত্ৰিৰংগাৰ প্ৰতি ১৪০ কোটি ভাৰতীয়ৰ গভীৰ সন্মানকে প্রতিফলিত কৰিছে। সামাজিক মাধ্যম এক্স যোগে তামিলনাডুৰ ৰামেশ্বৰমৰ সমীপত মণ্ডপমত ভাৰতীয় উপকুলৰক্ষী বাহিনীয়ে উদযাপন কৰা হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ দৃশ্য শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।