ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 16, 2024 11:57 AM | Dr. Ranoj Pegu

printer

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে টেট তথা নিযুক্তি পৰীক্ষা প্ৰক্ৰিয়া সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ পৰ্যালোচনা

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বিদ্যালয় শিক্ষা বিভাগ আৰু অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ সৈতে কালি এখন বৈঠকত অংশগ্ৰহণ কৰি স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ বাবে টেট তথা নিযুক্তি পৰীক্ষা প্ৰক্ৰিয়া পৰ্যালোচনা কৰে। অহা ২১ অক্টোবৰত www.madhyamik.assam.gov.in ৱেৱছাইটযোগে স্নাতক শিক্ষকৰ ৮,২৩০ টা আৰু স্নাতকোত্তৰ শিক্ষকৰ ১,৪৮৭ টা পদৰ বাবে অনলাইন আবেদন গ্রহণ আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।