June 15, 2025 7:59 PM | ASSEB

printer

সোমবাৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ পুৱা ১১ বজাত কম্পার্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি ফলাফলসমূহ পি ডি এফ আকাৰত উপলব্ধ হ’ব। পৰিক্ষাৰ্থীসকলে পৰিষদৰ ৱেবছাইট sebaonline.orgত ফলাফল লাভ কৰাৰ লগতে মার্কশ্বিট ডাউনল’ড কৰিব পাৰিব।