ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন

ভাৰতৰ উন্নয়ন, শৈক্ষিক প্ৰসাৰ, আৰু সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত সম্প্ৰচাৰৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে প্ৰচাৰ কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে । ১৯২৭ চনৰ আজিৰ দিনটোতে ইণ্ডিয়ান ব্রডকাষ্টিং কোম্পানীৰ বম্বে ষ্টেচনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ হাছিল। ১৯৩৬ চনৰ ৮ জুনত ইণ্ডিয়ান ব্রডকাষ্টিং চাৰ্ভিচেজক অল ইণ্ডিয়া ৰেডিঅ ‘ নামেৰে নামকৰণ কৰা হৈছিল আৰু পিছলৈ ইয়াৰ নাম আকাশবাণী কৰা হৈছিল। আকাশবাণীয়ে বছৰ বছৰ ধৰি স্বকীয় ধাৰাৰে শ্ৰোতাৰ মাজত সুকীয়া পৰিচয় গঢ়ি তুলিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।