ডাউনলোড
মোবাইল এপ

android apple
signal

June 25, 2024 8:24 PM

printer

সংসদত ৰাজ্যসভাৰ নৱ-নিৰ্বাচিত সাংসদ সুনেত্ৰা অজিত পাৱাৰৰ উপ-ৰাষ্ট্ৰপতি ধনখড়ে শপত বাক্য পাঠ কৰোৱায়

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে আজি সংসদত ৰাজ্যসভাৰ নৱ-নিৰ্বাচিত সাংসদ সুনেত্ৰা অজিত পাৱাৰক শপত বাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী এল মুৰুগান আৰু ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশ উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।