উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে আজি দেশৰ প্ৰাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকী উপলক্ষে আয়োজন কৰা শূণ্যৰ পৰা শতকলৈ: অটল ভাৰতৰ এটা শতাব্দী শীর্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মধ্য প্ৰদেশৰ ইণ্ডোৰত আয়োজিত কাৰ্যসূচীত উপ-ৰাষ্ট্ৰপতিগৰাকীৰ লগতে মুখ্যমন্ত্রী ড০ মোহন যাদৱ আৰু ৰাজ্যপাল মংণ্ডভাই পেটেলো উপস্থিত থাকে। ইয়াৰ পাছতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ডেইলী কলেজত লোকমাতা দেবী আহল্যাবাঈৰ এটা প্রতিমূর্তি উন্মোচন কৰে।
Site Admin | December 21, 2025 8:59 PM | vice president cp radhakrishnan at Atal Bihari Bajpai birth anniversary
শূণ্যৰ পৰা শতকলৈ: অটল ভাৰতৰ এটা শতাব্দী শীর্ষক কাৰ্যসূচীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণৰ অংশগ্ৰহণ