November 26, 2025 12:35 PM | Sivsagar SIR

printer

শিৱসাগৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্রক্রিয়া অব্যাহত

দেশৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশ অনুযায়ী অসমত আৰম্ভ হোৱা ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ অংশ হিচাপে শিৱসাগৰ জিলাতো এই প্রক্রিয়া অব্যাহত আছে। জিলাখনত ২২ নৱেম্বৰত আৰম্ভ কৰা সংশোধনীৰ প্ৰক্ৰিয়া সফল কৰি তুলিবলৈ নিয়োগ কৰা ৭১৫ গৰাকী বি এল অ’য়ে শিৱসাগৰ, ডিমৌ আৰু নাজিৰা বিধানসভাৰ প্ৰায় ৬ লাখ ভোটাৰৰ ঘৰে ঘৰে গৈ তথ্যৰ সত্যাসত্য নিৰূপণৰ কামত তৎপৰ হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।