May 10, 2024 7:08 PM

printer

শিৱসাগৰত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দশক বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আয়োজন

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দশক বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসূচীৰে শিৱসাগৰত অনুষ্ঠিত কৰা হয়। শিৱসাগৰ জিলা সাংবাদিক সংস্থাৰ কাৰ্যালয়ত অনুষ্ঠিত এই দিৱসৰ সৈতে সংগতি ৰাখি আচাম ট্ৰিব্রিউন কাকতৰ কাৰ্যবাহী সম্পাদক তথা মিডিয়া কোষৰ অধ্যক্ষ প্ৰশান্ত জ্যোতি বৰুৱাক ২০২৪ বৰ্ষৰ ব্রহ্মপুত্র উপত্যকা সাংবাদিক বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ভাৰতীয় সাংবাদিক সংঘৰ সচিব প্রধান সাবানায়কন চেলভা কুমাৰস্বামী প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।