শিলচৰ আৰক্ষীয়ে কালি পুনৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। অম্বিকাপট্টীৰ এখন ব্যক্তিগত ক্লিনিকত অভিযান চলাই আৰক্ষীয়ে বিপুল চন্দ্র নাথ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। লোকজনৰ পৰা বহুখিনি সন্দেহযুক্ত নথি-পত্রও জব্দ কৰা হয়। আৰক্ষীয়ে ইতিমধ্যে এই সন্দৰ্ভত শিলচৰ থানাত এটা গোচৰ ৰুজু কৰিছে।
Site Admin | October 20, 2025 12:17 PM | Silchar Fack Doctor arrest
শিলচৰ আৰক্ষীৰ এজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ