ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

শিলচৰত দুৰ্বৃত্তৰ গুলীচালনা ঘটনা সংক্ৰান্তত কাছাৰ আৰক্ষীৰ দুজন যুৱকক গ্ৰেপ্তাৰ

শিলচৰত কালি নিশা দুৰ্বৃত্তই এজন লোকক গুলীচালনা কৰা ঘটনা সংক্ৰান্তত কাছাৰ আৰক্ষীয়ে দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱক দুজন হৈছে মিজোৰামৰ আইজলৰ ডেভিদ মাৰ আৰু ক্ৰিষ্টোফাৰ ভানলালপেকা। আৰক্ষীয়ে তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰসহ নগদ ধন জব্দ কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে যুৱক দুজনৰ গুলীৰ আঘাতত গুৰুতৰভাৱে আহত হোৱা নিলোৎপল দাস নামৰ লোকজনে নেশ্যনেল হাইৱে আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে তাৎক্ষণিকভাৱে অভিযান আৰম্ভ কৰি যুৱক দুজনক আটক কৰিবলৈ সমৰ্থ হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।