July 12, 2024 8:05 PM

printer

শিমলিতোলাৰ নাও দুৰ্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা জিলাৰ শিমলিতোলাত সংঘটিত নাও দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীৰ লগতে দুৰ্ঘটনাত পানীত ডুবি নিহত হোৱা পৰিয়ালৰ কাষত উপস্থিত হৈ সমবেদনা জনায় ৷ প্ৰতিগৰাকী নিহতৰ পৰিয়াললৈ মুখ্যমন্ত্ৰীগৰাকীয়ে চাৰি লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰে।