ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

লোকসভা নিৰ্বাচনৰ চতুর্থ পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন

লোকসভা নিৰ্বাচনৰ চতুর্থ পৰ্যায়ৰ বাবে মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। কাইলৈ মনোনয়নসমূহ পৰীক্ষা কৰা হ’ব আৰু ইচ্ছুক প্রার্থীসকলে ২৯ এপ্ৰিললৈকে মনোনয়ন প্রত্যাহাৰ কৰিব পাৰিব। চতুর্থ পৰ্যায়ত উত্তৰ প্ৰদেশ, মধ্য প্রদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ, অন্ধ্রপ্রদেশ, তেলেংগানা আৰু জম্মু-কাশ্মীৰৰ ৯৬ টা সংসদীয় সমষ্টিৰ বাবে ১৩ মে’ত ভোটগ্ৰহণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।