ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ প্রথম পর্যায়ত ৬৬.১৪ আৰু দ্বিতীয় পৰ্যায়ত ৬৬.৭১ শতাংশ বুলি নির্বাচন আয়োগৰ প্ৰকাশ

নির্বাচন আয়োগে কালি লোকসভা নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ বাবে মুঠ ভোটদানৰ হাৰ প্ৰকাশ কৰিছে। আয়োগে প্রথম পর্যায়ত ৬৬.১৪ শতাংশ আৰু দ্বিতীয় পৰ্যায়ত ৬৬.৭-১ শতাংশ ভোটদান হোৱা বুলি প্ৰকাশ কৰিছে। আয়োগে কৈছে যে প্রথম পৰ্যায়ত ৬৬.২-২ শতাংশ পুৰুষ ভোটদাতা, ৬৬.৭ শতাংশ মহিলা ভোটদাতা আৰু ৩১.৩২ শতাংশ তৃতীয় লিংগৰ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। একেদৰে দ্বিতীয় পৰ্যায়ত ৬৬.৯৯ শতাংশ পুৰুষ ভোটদাতা, ৬৬.৪২ শতাংশ মহিলা ভোটদাতা আৰু ২৩.৮৬ শতাংশ তৃতীয় লিংগৰ ভোটদাতাই ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিছে ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।