April 9, 2024 8:18 PM | Badminton

printer

লণ্ডনত হ’বলগীয়া ১০৬ সংখ্যক জ্যেষ্ঠ বেডমিণ্টন প্রতিযোগিতাত অৰূপ বুঢ়াগোহাঁইৰ অংশগ্ৰহণ

লখিমপুৰৰ অৰূপ বুঢ়াগোহাঁয়ে অহা ১২ ৰ পৰা ১৪ এপ্ৰিললৈ লণ্ডনত হ’বলগীয়া ১০৬ সংখ্যক জ্যেষ্ঠ বেডমিণ্টন প্রতিযোগিতাত পুৰুষৰ ৫০ বছৰৰ উৰ্ধৰ শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ প্ৰতিযোগিতাৰ ডাবলছত গুজৰাটৰ উন্নীকৃষ্ণন বাৰ্মাৰ সৈতে অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।