ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

লখিমপুৰ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ বিভিন্ন শাখা তথা আনুষংগিক বিভাগৰ আকস্মিক পৰিদৰ্শন

লখিমপুৰ জিলা আয়ুক্তৰ নিৰ্দেশ অনুসৰি কালি লখিমপুৰ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াই জিলা আয়ুক্ত কাৰ্যালয়ৰ বিভিন্ন শাখা তথা আনুষংগিক বিভাগৰ আকস্মিক পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ উপস্থিতিকে ধৰি উপস্থিতিৰ পঞ্জীয়ন বহী, কর্মসূচী আদি পৰীক্ষা কৰাৰ লগতে কাম- কাজসমূহৰ বুজ লোৱা হয়। কৰ্মচাৰীসকলৰ কৰ্ম সংস্কৃতি তথা জনতালৈ সকলো সুবিধা সুচলভাৱে উপলব্ধ কৰোৱাৰ স্বাৰ্থত চৰকাৰী কাৰ্যালয়ত এনে আকস্মিক পৰিদৰ্শন আগলৈকো অব্যাহত ৰখা হ’ব বুলি লখিমপুৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।