লক্ষ্য সেন অষ্ট্ৰেলিয়ান অ’পেন বেডমিণ্টনত পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ লক্ষ্য সেন অষ্ট্ৰেলিয়ান অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ চেমিফাইনেলত প্ৰৱেশ কৰিছে। লক্ষ্যই কালি ছিডনীত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত আয়ুষ ছেট্টীক ২৩-২১, ২১-১১ চেটত পৰাস্ত কৰে। আজি চেমিফাইনেলত খেলুৱৈগৰাকী টাইৱানৰ চাও টিয়েন ছেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।