ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 10, 2025 7:43 PM | Jorhat district

printer

যোৰহাট জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নৱগঠিত মৰিয়নি সমজিলা আয়ুক্ত কাৰ্যালয়ৰ স্থান পৰিদৰ্শন

যোৰহাট জিলা আয়ুক্ত জয় শিৱানী আৰু আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রই আজি নাহিং শুকানজান ভ্রমণ কৰি নৱগঠিত মৰিয়নি সমজিলা আয়ুক্ত কাৰ্যালয়ৰ স্থান পৰিদৰ্শন কৰে। ইয়াৰ লগতে তেওঁলোকে সমাগত স্বাধীনতা দিৱসৰ প্রস্তুতি বুজ লোৱাৰ উদ্দেশ্যে লাহিং গ্রাণ্ট হাইস্কুলৰ খেলপথাৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত যোৰহাটৰ অতিৰিক্ত জিলা আয়ুক্তৰ লগতে উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।