ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 16, 2024 12:00 PM | Jorhat district

printer

যোৰহাট জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক

যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত কালি জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয়। সভাত জিলাখনৰ কৃষি, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, নিয়োগ বিনিময় কেন্দ্র, মীন, হস্ততাঁত আৰু বস্ত্ৰশিল্প, পৰিবহণ আৰু জনস্বাস্থ্য কাৰিকৰী, সমাজ কল্যাণ আদি বিভিন্ন বিভাগৰ কাম-কাজসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়৷ সভাত আয়ুক্তগৰাকীয়ে জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ কাম-কাজসমূহ নিয়াৰিকৈ আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰিবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।