ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 31, 2025 12:10 PM | DRUGS SEIZED

printer

যোৰহাটৰ ভেলোগুৰিত গঁড়ৰ খড়্গা আৰু বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ, এজনক গ্ৰেপ্তাৰ

যোৰহাট জিলাৰ মৰিয়নি থানাৰ অন্তৰ্গত ভেলোগুৰিত কালি আৰক্ষীয়ে এটা গঁড়ৰ খড়্গা আৰু বুজন পৰিমাণৰ মাদক দ্ৰব্যৰ সৈতে এজন লোকক গ্ৰেপ্তাৰ কৰে। লোকজন উৎপল হাজৰিকা ওৰফে ভাইটি বুলি চিনাক্ত কৰা হৈছে। এই লোকজন দীৰ্ঘদিন ধৰি মাদকদ্রব্য সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগ আৰক্ষীয়ে লাভ কৰি যোৱা কেইবামাহ ধৰি তেওঁৰ সন্ধান চলাই আছিল। লোকজনক আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধা-পোছা কৰি আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।