ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 27, 2024 7:38 PM | Morigaon

printer

মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত জ্ঞানপীঠ বঁটা বিজয়ী ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকীৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ

অসম সাহিত্য সভা, মৰিগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আজি জ্ঞানপীঠ বঁটা বিজয়ী ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবার্ষিকীৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে আয়োজিত ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্য কৃতি শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্র দৈনিক অসম কাকত সম্পাদক ড০ হিতেশ ডেকাই উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।