ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মৰিগাঁও আৰক্ষীৰ অভিযান চলাই ৫জন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

মৰিগাঁও আৰক্ষীয়ে যোৱা নিশা জিলাখনৰ লাহৰিঘাট আৰক্ষী থানাৰ অন্তৰ্গত বোৱালগুৰিত অভিযান চলাই পাঁচজনকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। অপৰাধীকেইজন হ’ল আন্নাছ আলী, আছলাম আহমেদ, আপ্তাৰুল ইছলাম, আবু আয়ুব আনছাৰী আৰু নুৰ উদ্দিন। এই চাইবাৰ অপৰাধকাৰী কেইজনে বহু ব্যক্তিৰ নামত ভুৱা পানকাৰ্ড, আধাৰকাৰ্ড আদি নথি-পত্ৰ প্ৰস্তুত কৰি প্ৰবঞ্চনাৰে ঋণ লোৱাৰ অভিযোগ উত্থাপিত হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।