ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মেৰা বুথ সবছে মজবুত কাৰ্যসূচীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

■ মেৰা বুথ সবছে মজবুত কাৰ্যসূচীৰ অধীনত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মহিলাসকলৰ সৈতে মত-বিনিময় কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে এই কাৰ্যসূচীক লৈ তেওঁৰ উৎসাহ প্ৰকাশ কৰি কয়, যে বিহাৰৰ বিধানসভা নিৰ্বাচনত বিজেপি-এন ডি এ মিত্ৰজোঁটক জয়ী কৰাবলৈ মহিলাসকলে সৰ্বতোপ্ৰকাৰে অৰিহণা যোগাইছে। তেওঁলোকৰ সক্ৰিয় অংশগ্রহণে বিহাৰত গণতান্ত্ৰিক যাত্ৰা সৱলীকৰণত যথেষ্ট সহায় কৰা বুলিও শ্রীমোদীয়ে উল্লেখ কৰে।