May 4, 2025 11:29 AM | WAVES

printer

মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন সন্মিলন ৱেভছৰ আজি সামৰণি

মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন সন্মিলন ৱেভছৰ আজি সামৰণি পৰিব। আজি অন্তিম দিনা চলচ্চিত্র নির্মাণ সন্দৰ্ভত কেইবাটাও সত্ৰৰ আয়োজন কৰা হ’ব আৰু সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হ’ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোবা বৃহস্পতিবাৰে এই চাৰিদিনীয়া সন্মিলন মুকলি কৰিছিল। ভাৰতবৰ্ষক সংবাদ, মনোৰঞ্জন আৰু ডিজিটেল উদ্ভাৱনৰ গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াসৰ অংশ হিচাপে আয়োজন কৰা এই সন্মিলনত ৯০ খনকো অধিক দেশৰ প্ৰায় ১০ হাজাৰ প্ৰতিনিধিয়ে অংশ লয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।