October 4, 2024 6:35 PM | PM-tribute

printer

মুক্তি যুজাৰু শ্যামজী কৃষ্ণ বাৰ্মাৰ জন্ম দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধঞ্জলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুক্তি যুজাৰু শ্যামজী কৃষ্ণ বাৰ্মাৰ জন্ম দিৱস উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধঞ্জলি জ্ঞাপন কৰিছে। এটা বাৰ্তাত প্রধানমন্ত্রী মোদীয়ে শ্যামজী কৃষ্ণ বাৰ্মাৰ দেশৰ প্ৰতি থকা ত্যাগৰ মনোভাব আৰু অদম্য সাহসে উঠি অহা প্ৰজন্মক সদায় অনুপ্রাণিত কৰিব বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, তেওঁৰ বৈপ্লবিক কামকাজসমূহে দেশৰ স্বাধীনতা ঘূৰাই অনাৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।