ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 6, 2025 6:07 PM | Nirmala Meet

printer

মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সভাপতিত্বত বাণিজ্য সংঘৰ অংশীদাৰ আৰু প্ৰতিনিধিৰে অষ্টম সংখ্যক বাজেট পর্যালোচনা বৈঠক

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সভাপতিত্বত আজি নতুন দিল্লীত বাণিজ্য সংঘৰ অংশীদাৰ আৰু প্ৰতিনিধিৰ সৈতে অষ্টম সংখ্যক বাজেট পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে, ২০২৫-২৬ বৰ্ষৰ বাজেট দাখিলৰ পূৰ্বে অনুষ্ঠিত এই সভাত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰী, বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা বিভাগৰ বিত্ত সচিব সব কেইবাজনো উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।