মণিপুৰত দুখন আসনৰ বাবে দুটা পৰ্যায়ত লোকসভা নির্বাচন

মণিপুৰত দুখন আসনৰ বাবে লোকসভা নির্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ইয়াৰে মণিপুৰ ইনাৰ সংসদীয় সমষ্টিৰ আসনৰ বাবে হ’বলগীয়া নিৰ্বাচন অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব। সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ৯ লাখ ৭৯ হাজাৰ ৮৮৭ জন আৰু ইয়াৰে মহিলা ভোটদাতাৰ সংখ্যা ৫ লাখ ১৬ হাজাৰ ১৫০ গৰাকী । তিনিগৰাকী নিৰ্দলীয় প্রার্থীকে ধৰি ৬ গৰাকী প্ৰাৰ্থীয়ে এই আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।