ডাউনলোড
মোবাইল এপ

android apple
signal

মঙলদৈ-মাজিকুছি সংযোগী পথ নিৰ্মাণত উত্তৰ-পূব উন্নয়ন মন্ত্রালয়ৰ অনুমোদন

উত্তৰ-পূব উন্নয়ন মন্ত্রালয়ে মঙলদৈ-মাজিকুছি সংযোগী পথ নিৰ্মাণত অনুমোদন জনাইছে। উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত প্রায় ৪৫ কোটি ৩১ লাখ টকা ব্যয়েৰে ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথচোৱা নিৰ্মাণ কৰা হ’ব। উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই পথচোৱাই দৰং আৰু ওদালগুৰি জিলাক পোনপটীয়াকৈ সংযোগ কৰিব আৰু মঙলদৈ আৰু ভেৰগাঁৱৰ মাজৰ দূৰত্ব ৭.২ কিলোমিটাৰ হ্ৰাস কৰিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।