ভেনিজুৱেলাৰ উচ্চতম ন্যায়ালয়ে আজি দেশখনৰ উপ-প্রধানমন্ত্রী ডেলচি ৰোড্ৰিগজক কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে বিৰোধী নেতা মাৰিয়া কৰিনা মাচাডোয়ে এগৰাকী বিৰোধী প্ৰাৰ্থীক কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। উল্লেখযোগ্য যে কালি পুৱা আমেৰিকা যুক্তৰাষ্ট্ৰই দেশখনত বৃহৎ অভিযান চলাই ৰাষ্ট্ৰপতি নিক’লাছ মাদুৰক পত্নীসহ ধৰি লৈ যোৱাৰ পাছত উচ্চতম ন্যায়ালয়ে আজি এই নির্দেশ দিছে।
Site Admin | January 4, 2026 8:25 PM | Delcy-Rodriguez | Venezuela
ভেনিজুৱেলাৰ উপ-প্রধানমন্ত্রী ডেলচি ৰোড্ৰিগজক কাৰ্যকৰী ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিবলৈ দেশখনৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ