January 17, 2025 10:12 AM | PM Modi

printer

ভাৰত মণ্ডপমত আন্তঃৰাষ্ট্ৰীয় সচলতা মেলা উদ্বোধন কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত সর্ববৃহৎ Globel Mobility Expo অর্থাৎ আন্তঃৰাষ্ট্ৰীয় সচলতা মেলা উদ্বোধন কৰিব। এই মেলাৰ মূল বিষয়বস্তু হৈছে সীমাৰ উৰ্ধত : ভৱিষ্যতৰ মটৰগাড়ী মূল্য শৃংখলাৰ সহ নির্মাণ। এই দৃষ্টিভংগীৰ মূল উদ্দেশ্যে হৈছে বহনক্ষম আৰু অত্যাধুনিক কাৰিকৰী অগ্ৰগতিত গুৰুত্ব আৰোপ কৰি মটৰগাড়ী আৰু আহ-যাহ ক্ষেত্ৰত সহযোগিতা আৰু উদ্ভাৱনৰ প্ৰসাৰ সাধন কৰা ।